#Bitcoin Education in Assamese || @MyFirstBitcoin_ light node || Web: https://xitter.cf/t.co/32rBVzUZic || ⚡[email protected]

Joined June 2020
We are now officially a part of @MyfirstBitcoin_ node network জনাবলৈ পাই সুখী হৈছোঁ যে আনুষ্ঠানিকভাৱে আজিৰ পৰা বিশ্বৰ প্ৰথমটো Bitcoin ডিপ্লমা কৌৰ্ছ নেটৱৰ্কৰ আমিও অংশীদাৰ হ'লো। লগতে শীঘ্ৰেই এই কৌৰ্ছটি অসমীয়া ভাষাত, অসমীয়া মানুহৰ মাজলৈ অনা হ'ব। তাৰবাবে সকলোৰে আশীৰ্বাদ আশা কৰিলো
We’re building a distributed network of Bitcoin communities, dedicated to producing and sharing impartial and independent Bitcoin education to the world. If you’re a Bitcoin community and are interested in joining forces, apply here: tinyurl.com/bdfv3yrt
2
3
3
21
3,186
ৰিক্ত সংহতি | Rikto Xonghoti retweeted
Your ad blocker could fit behind your router. meet ESP32-C3 AdBlock, an open-source DIY DNS ad blocker by ZedAxis, built around a roughly $2 ESP32-C3 Super Mini board inside: 400 KB of RAM, 4 MB of flash, built-in Wi-Fi and a USB adapter, tucked into a printed case no subscription no browser extension no separate power brick plug it into your router’s USB port for power, connect over Wi-Fi and set it as your DNS server to block listed ad and tracker domains. compact 40-bit hashes save RAM. a web dashboard lets you check blocked requests and add domains, while open-source code and case files let you build your own. follow for more hardware you can see working
88
649
31
6,131
704,715
ৰিক্ত সংহতি | Rikto Xonghoti retweeted
Regarding the buzzing trend of outbid.lol (pay to rank on a public board), I decided to build the Bitcoin version. outbitcoin.lol Same principle, except all the funds go to the educational Bitcoin foundation @MyfirstBitcoin_. I keep nothing and every payment is public. Please share this and let's show the world that Bitcoin is money.
1
7
3
22
2,568
চাইবাৰ স্বৰাজ: ডিজিটেল স্বতন্ত্ৰতাৰ হকে এখোজ
A room full of strangers in Bangalore just found out what their own phones are doing behind their backs. The energy in here is completely different. #CyberSwaraj
2
70
ৰিক্ত সংহতি | Rikto Xonghoti retweeted
Sanal ile gerçeklik arasındaki çizgi resmen bozuluyor.
24
93
12
1,706
485,702
বিংশ খণ্ড: বিদ্যুতৰ ভূমিকা
Replying to @BhartiyaBitcoin
Day 20/60: বিটকইন মাইনিঙত বিদ্যুতৰ ভূমিকা কি? ⚡ বিটকইন মাইনিঙত বিদ্যুতৰ কাম কেৱল নতুন কইন বনোৱাই নহয় - ই হৈছে গোটেই নেটৱৰ্কটোৰ সুৰক্ষা কবচ। 🛡️ ঠগবাজী কিয় অসম্ভৱ? যদি কোনোবাই পুৰণি লেনদেন সলনি (Hack) কৰিব খোজে, তেন্তে তেওঁ গোটেই পিছৰ হিচাপবোৰ আকৌ কৰিব লাগিব। ইয়াৰ বাবে ইমান বিশাল পৰিমাণৰ বিদ্যুৎ আৰু কম্পিউটিং পাৱাৰৰ প্ৰয়োজন হ’ব, যিটো পৃথিৱীৰ কোনো শক্তিৰ বাবেই অকলে যোগান ধৰা অসম্ভৱ। 💡 সততাই একমাত্ৰ লাভজনক পথ: মাইনিং এক অত্যন্ত খৰচী কাম। ইয়াৰ নিয়ম ভাঙি নেটৱৰ্ক আক্ৰমণ কৰিব গ'লে কেৱল বিদ্যুতৰ বৃহৎ লোকচান হ'ব। গতিকে নিয়ম মানি সততাৰে লেনদেন ভেৰিফাই কৰিলেহে মাইনাৰসকলে বিটকইন লাভ কৰি লাভৱান হ'ব পাৰে। ⛓️ অভেদ্য সুৰক্ষা: কোনো একক কণ্ট্ৰল নাই: হাজাৰ হাজাৰ স্বতন্ত্ৰ মাইনাৰে নিজৰ শক্তি প্ৰয়োগ কৰি থকা বাবে কোনেও ইচ্ছামতে চিষ্টেমটো সলাই ল’ব নোৱাৰে। Hash Rate বৃদ্ধি: বিটকইনৰ দাম বাঢ়িলে নতুন মাইনাৰ আহে, যাৰ ফলত কম্পিউটিং শক্তি (Hash Rate) বৃদ্ধি পায় আৰু নেটৱৰ্ক আৰু অধিক মজবুত হৈ পৰে। Translations & voice dubbing credits @PallabJD1 #60DAYSOFBTC #Bitcoininassamese #btceducation
2
38
উনবিংশ খণ্ড: অ-প্ৰতিৰোধ্য বিটকইন
Replying to @BhartiyaBitcoin
Day 19/60: Bitcoin কেনেকৈ Censorship-Resistant হ’ল? 🚫 💸 মুকলি প্ৰতিযোগিতা (Open Competition): বিটকইন নেটৱৰ্কত ট্ৰেঞ্জেকশ্বন প্ৰচেছ কৰিবলৈ কোনো মাইনাৰৰ একচেটিয়া অধিকাৰ নাই। যদি এজন মাইনাৰে আপোনাৰ Transaction টো ব্লক বা ইগনৰ কৰে, পৃথিৱীৰ অন্য কোনোবা এজনে সেইটো উঠাই লৈ পৰৱৰ্তী ব্লকত ভৰাই দিব। কি লাভ হয়? স্থায়ী ব্লক অসম্ভৱ: কোনো ব্যক্তি, বেংক বা চৰকাৰে কোনো এটা এড্ৰেছ চিৰদিনৰ বাবে ব্লক কৰিব নোৱাৰে। জব্দ নহয়: আপোনাৰ অনুমতি অবিহনে কোনেও আপোনাৰ বিটকইন জব্দ কৰিব নোৱাৰে। অভেদ্য স্বাধীনতা: আপুনি যি পইচা পঠিয়াইছে, তাক বাধা দিয়াৰ ক্ষমতা কাৰো নাই। 🎯 শেষ কথা: বিটকইনৰ এই Decentralised কম্পিটিচনেই ইয়াক প্ৰকৃতাৰ্থত স্বাধীন আৰু Censorship-resistant কৰি তোলে। ক্ষমতা ইয়াত সকলোৰে মাজত সমানে বিয়পি থাকে। Translations & voice dubbing credits @PallabJD1 #60daysofbtc #bitcoininassamese #decentralised
1
19
অষ্টদশ খণ্ড: মাইনাৰৰ মাজৰ প্ৰতিযোগিতা
Replying to @BhartiyaBitcoin
Day 18/60: Miner বোৰে কিয় Compete কৰে আৰু কেনেকৈ জিকে? 🏆 💰 মাইন কৰাৰ পুৰস্কাৰ কি? যিটো মাইনাৰে জিকে, সিয়েই পুৰস্কাৰ হিচাপে নতুন বিটকইন (Block Reward) আৰু Transaction fees লাভ কৰে। এই ইকনমিক ৰিৱাৰ্ডেই মাইনাৰসকলক উৎসাহিত কৰে আৰু নেটৱৰ্কক Secure কৰি ৰাখে। ⛳ খেলখন কেনেকুৱা? মাইনিং হ'ল এখন গল্ফ খেলৰ দৰে, য'ত হাজাৰ হাজাৰ প্লেয়াৰে একেলগে খেলিছে। সকলোৰে লক্ষ্য - স্ক’ৰ যেন নেটৱৰ্কে বান্ধি দিয়া এটা নিৰ্দিষ্ট লিমিট (Target) তকৈ কম হয়। যিয়ে প্ৰথমে এই স্কৰ পায়, সিয়েই ৰাউণ্ডটো জিকি যায়। 💻 টেকনিকেল দিশৰ পৰা কি হয়? মাইনাৰ বোৰে Transaction data ৰ লগত এটা ৰেণ্ডম নম্বৰ (Nonce) বাৰে বাৰে সলনি কৰি নতুন Hash উলিয়াই থাকে। এই দৌৰ তেতিয়ালৈকে চলে, যেতিয়ালৈকে নেটৱৰ্কে বিচৰা 'Target' তকৈ সৰু, valid hash এটা পোৱা নাযায়। 🏎️ জিকাৰ ফৰ্মূলা: কম্পিউটাৰৰ হেশ্ব ৰেট যিমাননেই বেছি হ’ব, সঠিক নম্বৰটো প্ৰথমে বিচাৰি পাই ব্লকটো জিকাৰ সম্ভাৱনাও সিমানেই বেছি হ’ব! Translations & voice dubbing credits @PallabJD1 #60DaysOfBTC #Bitcoininassamese #btceducation
1
17
সপ্তদশ খণ্ড: লেনদেনবোৰৰ হিচাপ ৰাখে কোনে?
Replying to @BhartiyaBitcoin
Day 17/60 – Blockchain ত Transactions বোৰ কোনে যোগ দিয়ে? 🖊️ সাধাৰণতে, বেংকে থিৰাং কৰে কোনটো লেনদেন বৈধ হ’ব। ইচ্ছা কৰিলে বেংকে আপোনাৰ পেমেন্ট মাজতে আৱদ্ধ বা বাতিল কৰিবও পাৰে। 🏛️❌ কিন্তু বিটকইনত এই কেন্দ্ৰীয় একাধিপত্যৰ বাট চিৰদিনৰ বাবে বন্ধ কৰা হৈছে! ইয়াত লেনদেনসমূহ ব্লকচেইনত যোগ কৰাৰ দায়িত্ব কাৰ? = ⛏️ Miners (মাইনাৰ): বিশ্বজুৰি সিঁচরতি হৈ থকা স্বতন্ত্ৰ কম্পিউটাৰ নেটৱৰ্ক, যিয়ে কোনো মধ্যভোগী নোহোৱাকৈ লেনদেনসমূহ প্ৰচেছ কৰে। 🌍 মুক্ত ব্যৱস্থাপনা (Open System): এই ব্যৱস্থা সম্পূৰ্ণ মুক্ত। পৃথিৱীৰ যিকোনো ব্যক্তিয়েই নিজৰ মেচিন অন কৰি মাইনিঙত ভাগ ল’ব পাৰে। ⚖️ কেৱল এটা চৰ্ত: সকলোৱে বিটকইনৰ মূল কোড আৰু নিয়ম মানি চলিব লাগিব। কোনো বেংক বা চৰকাৰৰ অনুমতি নোহোৱাকৈ, সম্পূৰ্ণ কম্পিউটাৰ প্ৰযুক্তিৰ জোৰত ইয়াত প্ৰতিটো লেনদেন নিৰাপদে সম্পন্ন হয়! 💻🚀 Translations & voice dubbing credits @PallabJD1 #60DAYSOFBTC #Bitcoininassamese
1
20
ষষ্ঠদশ খণ্ড: ব্লকচেইনৰ নিৰাপত্তা
Replying to @BhartiyaBitcoin
Day 16/60 – Blockchain ইমান নিৰাপদ কিয়? 🔒🧐 প্ৰতিটো বিটকইন ব্লকত ৩টা গুৰুত্বপূৰ্ণ বস্তু থাকে: ✔ নিশ্চিত হোৱা লেনদেনসমূহ (Transactions) ✔ নিজৰ অনন্য Hash কোড 🧬 ✔ ইয়াৰ ঠিক আগৰ ব্লকটোৰ Hash কোড ⛓️ যদি কোনোবাই মাত্ৰ এটা পুৰণি ব্লকৰ হিচাপো সলনি কৰিব খোজে, তেন্তে পুৰা Hash কোডটো সলনি হৈ যাব। ফলত তাৰ পিছৰ প্ৰতিটো ব্লকৰ চেইন ছিগি পৰিব আৰু গোটেই হিচাপ ভুল বুলি প্ৰমাণিত হ’ব! ❌ 🔒 গোটেই নেটৱৰ্কৰ হাজাৰ কম্পিউটাৰত একেলগে পিছৰ আটাইবোৰ ব্লক পুনৰ হিচাপ (Recalculate) কৰাটো সম্পূৰ্ণ অসম্ভৱ। এইবাবেই বিটকইনৰ ব্লকচেইন বিশ্বৰ আটাইতকৈ সুৰক্ষিত নেটৱৰ্ক - য’ত কোনেও আপোনাৰ পইচা কাঢ়িব নোৱাৰে আৰু হিচাপো সলাব নোৱাৰে! 🌍🚀 Translations & voice dubbing credits @PallabJD1 #60DaysOfBTC #btceducation
1
1
55
পঞ্চদশ খণ্ড: হেশ্বিঙৰ সৈতে পৰিচয়
Replying to @BhartiyaBitcoin
Day 15/60 – Hashing কি আৰু ব্লকচেইনে কেনেকৈ কাম কৰে? 🔐 প্ৰতি ১০ মিনিটত মাইনাৰবোৰে একোটা ‘ব্লক’ তৈয়াৰ কৰে। এই ব্লকবোৰক আগৰ ব্লকৰ সৈতে জোৰা লগাই এক দীঘল শৃংখল কৰা হয়, যাক আমি কওঁ - ব্লকচেইন। ⛓️ পিছে এই ব্লকবোৰ ইটোৰ সৈতে সিটো লগ লাগি থাকে কেনেকৈ? ইয়াৰ মূলত হৈছে Hashing। Hashing হ’ল এক প্ৰকাৰৰ ডিজিটেল ফিংগাৰপ্ৰিন্ট (Digital Fingerprint)🧬: 💻 ই যিকোনো ডাটা (আখৰ বা সংখ্যা) গ্ৰহণ কৰে। ⚙️ তাক এটা নিৰ্দিষ্ট দৈৰ্ঘ্যৰ কোডলৈ (Fixed Output) সলনি কৰি দিয়ে। 📊 উদাহৰণ: "Bitcoin is the best money" ➡️ a3f5b8d6... "Bitcoin is the BEST money" ➡️ e92b7c14... কেৱল এটা আখৰ বা space সলনি হ’লেও গোটেই Hash কোডটো সম্পূৰ্ণ সলনি হৈ যায়! ⚡ এই শক্তিশালী Hashing প্ৰযুক্তিৰ বাবেই বিটকইন ব্লকচেইনক কোনোবাই হেক কৰা বা ইয়াৰ ডাটা সলনি কৰাটো অসম্ভৱ! 🔒🌍 Translations & voice dubbing credits @PallabJD1 #60DAYSOFBTC #bitcoininassamese #hashing #btceducation
1
11
চতুৰ্দশ খণ্ড: বিটকইন ব্লকচেইন
Replying to @BhartiyaBitcoin
Day 14/60 - Bitcoin Blockchain নো কি? 🔗 আজি শিকিম - বিটকইনবোৰ আচলতে থাকেনো ক’ত? 🧐 সহজ ভাষাত, বিটকইন ব্লকচেইনত প্ৰতিটো বিটকইন আৰু ইয়াৰ লেনদেনৰ ৰেকৰ্ড লিখা থাকে। 📖✨ প্ৰচলিত বেংকৰ সৈতে ইয়াৰ পাৰ্থক্য = 🏦 বেংক: হিচাপ কেৱল এটা কেন্দ্ৰীয় চাৰ্ভাৰত লক হৈ থাকে। 🌐 ব্লকচেইন: ই এখন খোলা বহী, যাৰ কপি বিশ্বৰ হাজাৰ হাজাৰ স্বতন্ত্ৰ কম্পিউটাৰত জমা থাকে। বিটকইন ব্লকচেইনৰ ৩টা মূল বৈশিষ্ট্য: ✅ Decentralized: কোনো একক নিয়ন্ত্ৰক বা মালিক নাই। ✅ Transparent: পৃথিৱীৰ যিকোনো ব্যক্তিয়ে লেনদেন ভেৰিফাই কৰিব পাৰে। ✅ Immutable: এবাৰ হিচাপ লিখাৰ পিছত তাক কোনেও সলাব বা মচিব নোৱাৰে। 🔒 Translations & voice dubbing credits @PallabJD1 #60DaysOfBTC #Btceducation #bitcoininassamese
1
19
ত্ৰয়োদশ খণ্ড: বাইজেণ্টাইন জেনেৰেলৰ প্ৰব্লেম আৰু ইয়াৰ সমাধান
Replying to @BhartiyaBitcoin
Day 13/60 - Byzantine Generals Problem ৰ আচল সমাধান ⚔️🛡️ Byzantine Generals Problem বিটকইনে কেনেকৈ সমাধান কৰিলে? 🤔 বিটকইনে কোনো একক ব্যক্তি বা বেংকৰ ওপৰত ভৰসা নকৰে। ইয়াৰ পৰিৱৰ্তে ই এক বিশ্বব্যাপী প্ৰতিযোগিতামূলক ব্যৱস্থা ব্যৱহাৰ কৰে, য’ত হাজাৰ হাজাৰ মাইনাৰে নিজৰ বিদ্যুৎ আৰু কম্পিউটাৰ শক্তি খৰচ কৰি সততাৰে কাম কৰে। ⚡💻 বিটকইন নেটৱৰ্কৰ ৩টা ডাঙৰ শক্তি = 🔒 ঠগবাজী অসম্ভৱ: যদি কোনোবাই এটা পুৰণি ট্ৰেনজেকচন সলাব খোজে, তেন্তে নেটৱৰ্কৰ গোটেই শক্তিৰ সৈতে অকলে যুঁজি পিছৰ সকলোবোৰ কাম পুনৰ কৰিব লাগিব - যিটো ব্যৱহাৰিকভাৱে অসম্ভৱ। 💰 সততা লাভজনক: মাইনিং কৰাটো এক অতি খৰচী কাম। গতিকে নিয়ম ভাঙি নিজৰ লোকচান কৰাতকৈ নিয়ম মানি পুৰস্কাৰ (BTC) লোৱাটোৱেই মাইনাৰসকলৰ বাবে আটাইতকৈ লাভজনক। 🌐 কোনো মালিক নাই: হাজাৰ হাজাৰ স্বতন্ত্ৰ মাইনাৰে একেলগে কাম কৰে, গতিকে কোনো চৰকাৰ বা কোম্পানীয়ে ইয়াক বন্ধ বা কণ্ট্ৰল কৰিব নোৱাৰে। অৱশেষত, ভৰসাৰ ভিত্তিক গাণিতিক কৰ্মলৈ (Proof of Work) ৰূপান্তৰ কৰি Bitcoin-এ Byzantine Generals Problem বিটকইনে সমাধান কৰি দেখুৱালে ! 🌍🚀 Translations & voice dubbing credits @PallabJD1 #btceducation #bitcoininassamese #60daysofbtc
1
20
ৰিক্ত সংহতি | Rikto Xonghoti retweeted
117 billion UPI transactions last year. Zero of them let you hold money without a bank in the middle. Spend fast with UPI. Save sovereign with Bitcoin. Two tools. Two jobs. Both valid. 🇮🇳
3
4
330
দ্বাদশ খণ্ড: মাইনাৰ বোৰে কি কৰে, কেনেকৈ কৰে
Replying to @BhartiyaBitcoin
Day 12/60 – Bitcoin ৰ Miner বোৰে কাম কেনেকৈ কৰে? ⛏️⚡ বিটকইনৰ আটাইতকৈ চৰ্চিত অংশীদাৰ - মাইনাৰ (Miners) বোৰ! 💻🔥 মাইনাৰৰ মূল কাম হৈছে নতুন লেনদেনসমূহ (Transactions) প্ৰচেছ কৰা আৰু সেইবোৰক ব্লকচেইনত সংযোগ কৰা। ⚙️ কেনেকৈ চলে এই ব্যৱস্থা? গোটেই বিশ্বৰ মাইনাৰবোৰে কম্পিউটাৰ অন কৰি অহৰহ এটা ‘ৰেচিং’ কৰি থাকে। যিয়ে আটাইতকৈ প্ৰথমে এটা অতি জটিল গাণিতিক সাঁথৰৰ উত্তৰ বিচাৰি পায়, তেৱেঁই নতুন ব্লকটো ব্লকচেইনত যোগ কৰাৰ অধিকাৰ পায়। 🏆 🎁 পুৰস্কাৰ: এই কষ্টৰ বিনিময়ত মাইনাৰজনে পুৰস্কাৰ হিচাপে একেবাৰে নতুনকৈ সৃষ্টি হোৱা কিছু বিটকইন (Block Reward) আৰু ট্ৰেনজেকচন ফীজ লাভ কৰে। ইয়াকে কোৱা হয় Proof of Work। ⛏️ সোণৰ খনিৰ উদাহৰণ: যেনেদৰে সোণৰ খনিত কাম কৰা মানুহে কষ্ট কৰি মাতি খন্দাৰ পিছতহে আচল সোণ উলিয়াব পাৰে, তেনেদৰে Bitcoin miners এও নিজৰ কম্পিউটাৰ আৰু বৈদ্যুতিক শক্তি খৰচ কৰি প্ৰমাণ দিব লাগে যে তেওঁলোকে সঁচাকৈয়ে কাম কৰিছে। ⚡🛡️ এই কঠোৰ পদ্ধতিটোৰ বাবেই কেৱল সঠিক আৰু বৈধ ব্লকহে নেটৱৰ্কত যোগ হ’ব পাৰে, আৰু ইয়াত ফাঁকি দিয়াটো অসম্ভৱ! Translations & voice dubbing credits @PallabJD1 #60Daysofbtc #bitcoininassamese #btceducation
1
21
একাদশ খণ্ড: বিটকইনৰ নোডবোৰ
Replying to @BhartiyaBitcoin
Day 11/60 – Bitcoin ৰ Nodes: চিষ্টেমৰ বাস্তৱিক Umpire 🏏 আজিৰ বিষয়: বিটকইনৰ Nodes -যাক নিয়ম প্ৰবৰ্তক বুলি কোৱা হয়। 🖥️⚖️ Nodes হৈছে সমগ্ৰ বিশ্বজুৰি সিঁচৰিত হৈ থকা সেই কম্পিউটাৰবোৰ, যিয়ে বিটকইনৰ ছফটৱেৰ চলাই ৰাখিছে। এইবোৰৰ আচল কাম = 🔍 Transaction পৰীক্ষা: প্ৰতিটো লেনদেন নিখুঁতভাৱে পৰীক্ষা কৰা। 🚫 Double Spending ৰোধ: কোনোবাই একেটা বিটকইন দুবাৰ খৰচ কৰিছে নেকি চোৱা। 🛡️ নিয়ম সুৰক্ষা: কোনোবাই ভুৱা বা এক্সট্ৰা বিটকইন বনাবৰ চেষ্টা কৰিলে তাক লগে লগে ৰিজেক্ট কৰা। 🏏 ক্ৰিকেট খেলত যদি কোনো আমপায়াৰ নাথাকে, তেন্তে প্ৰত্যেকেই নিজৰ মতেই চিটিং কৰিব! বিটকইনৰ Nodes = ক্ৰিকেটৰ আম্পায়াৰ - যিয়ে নিশ্চিত কৰে যে সকলো খেল নিয়ম অনুসৰিয়েই হ'ব। ইয়াত প্ৰতিটো নোড সম্পূৰ্ণ স্বতন্ত্ৰ আৰু ই কোনো কেন্দ্ৰীয় কতৃপক্ষৰ ওপৰত নিৰ্ভৰশীল নহয়। 🦅🌍 ইয়েই নিশ্চিত কৰে যে বিটকইন সদায় বিশ্বাসযোগ্য, ন্যায়সঙ্গত আৰু নিৰাপদ হৈ থাকিব। Translations & voice dubbing credits @PallabJD1 #60DaysOfBTC #btceducation #cryptolearning #bitcoininassamese
1
28
১০ম খণ্ড: বিশ্বাস বিহীন ভাৱে বিটকইন কেনেকৈ চলে?
Replying to @BhartiyaBitcoin
Day 10/60 - বিটকইন: য’ত বিশ্বাসৰ প্ৰয়োজনেই নাথাকে 🔐 🏛️ সাধাৰনতে, পইচা তেতিয়াহে চলে যেতিয়া বেংক বা চৰকাৰে তাত ছাব মাৰি দিয়ে। ❌ কিন্তু বেংকে ভুল কৰিব পাৰে, মানুহ ভ্ৰষ্ট হ’ব পাৰে আৰু কেন্দ্ৰীয় চিষ্টেমে হঠাতে ঠগন দিব পাৰে। বিটকইনে ক’লে - এতিয়া আৰু সেইয়া নহ’ব।✋ ই এনে এক ব্যৱস্থা, যি বিশ্বাসত নহয়, গাণিতিক প্ৰমাণতহে চলে! Bitcoin-ৰ যাদুকৰী পদ্ধতি = 🛠️ Proof of Work: এক অতি শক্তিশালী নিৰাপত্তা ব্যৱস্থা। 👁️ Public Ledger: প্ৰতিটো লেনদেন সমগ্ৰ বিশ্বৰ নেটৱৰ্কৰ সন্মুখত হয়। 🖥️ Global Verification: বিশ্বৰ হাজাৰ হাজাৰ কম্পিউটাৰে মিলি পৰীক্ষা কৰে যে লেনদেনটো সঁচা নে মিছা। ইয়াত ভেজাল কৰাটো অসম্ভৱ! কোনো ধন-কুবেৰৰ অনুমতিৰ প্ৰয়োজন নাই, নাই কোনো বেংকৰ। প্ৰকৃতাৰ্থত ইয়েই হ’ল স্বতন্ত্ৰ পইচা - যি না বন্ধ হয়, না সেও মানে, না কাৰোবাৰ ধমকলৈ ভয় কৰে! 😎🌍 Translations & voice dubbing credits @PallabJD1 #60DaysOfBTC #bitcoininassamese #cryptolearning
1
12
৯ম খণ্ড: বিশ্বাস বা ভৰসাৰ প্ৰয়োজন কিমান?
Replying to @BhartiyaBitcoin
Day 9/60 – যদি ভৰসাই হেৰাই যায়, তেন্তে কেনেকৈ চলিব? 🤔 ৫ জন জেনেৰেলে এখন শত্ৰুৰ নগৰ ঘেৰি ধৰিছে । ⚔️ চবৰে সেনা বেলেগ বেলেগ ঠাইত আছে। বাৰ্তা পঠিয়াবলৈ মাত্ৰ এজন সৈনিক আছে, কিন্তু তেওঁ দেৰি কৰিব পাৰে বা বিশ্বাসঘাতকতাও কৰিব পাৰে! যদি এজন জেনেৰেলেও ভুল সময়ত আক্ৰমণ কৰে - গোটেই প্লেনিং শেষ। 🤷‍♂️ সমস্যাটো হ’ল: যদি কোনোৱে কাকো ভৰসা কৰিব নোৱাৰে, তেন্তে চবেই মিলি একেটা সিদ্ধান্ত ল’ব কেনেকৈ? 💻 কম্পিউটাৰ বিজ্ঞানত এই সমস্যাটোক কোৱা হয় Byzantine Generals Problem। ডিজিটেল পইচাৰ দুনীয়াটো তাহানিৰে পৰা এই একেটা সমস্যাই চলি আছিল = 🚫 বেংক অবিহনে কেনেকৈ জানিম পইচাখিনি আচল নে নকল? 💸 একেটা পইচাকে কোনোবাই চল কৰি দুবাৰকৈ খৰচ কৰা নাইতো? (Double Spending) বছৰ বছৰ ধৰি কোনেও ইয়াৰ সমাধান উলিয়াব পৰা নাছিল। কিন্তু অৱশেষত বিটকইনে ইয়াৰ এক যুগান্তকাৰী উপায় উলিয়ালে! 🧠✨ কেনেকৈ? কাইলৈ লগ পাম 👀 সেই সহজ ট্ৰিকটোৰ সৈতে, যি চব সাল সলনি কৰি দিলে! Translations & voice dubbing credits @PallabJD1 #60DaysOfBTC_Assamese #btceducation #cryptolearning
1
15
৮ম খণ্ড: ধনৰ ওপৰত নিয়ন্ত্ৰণ ক্ষমতা কাৰ হাতত থকা উচিত?
Replying to @BhartiyaBitcoin
Day 8/60 – আপোনাৰ পইচা, আনৰ হাতত কিয়? 💸 ভাবি চাওক - দিনে-ৰাতিয়ে কষ্ট কৰি ধন আৰ্জিছে আপুনি! 💼🔥 কিন্তু তাৰ ৰিম'ট কণ্ট্ৰ'ল কাৰ হাতত? আপোনাৰ নে বেংকৰ? বৰ্তমানৰ বেংকিং ব্যৱস্থাৰ সমস্যা = 🔒 একাউণ্ট লক হ’ব পাৰে-কোনো আগজাননী নোহোৱাকৈ। 📉 ₹১০০-ৰ ক্ৰয়ক্ষমতা কমি ₹৮০ হ’ব পাৰে (মুদ্ৰাস্ফীতি)-আপুনি চাই থকাৰ বাহিৰে একো কৰিব নোৱাৰে। 🔑 পইচা আপোনাৰ, কিন্তু ব্যৱহাৰ কৰিবলৈ অনুমতি লাগিব বেংকৰ! Bitcoin ঠিক এইবাবেই সৃষ্টি হৈছিল- যাতে আপোনাৰ পইচাৰ সাৰ্বভৌমত্ব পুনৰ আপোনাৰ হাতলৈ আহে। 💪🪙 ই কেৱল ডিজিটেল ধনেই নহয়, ই এক আদৰ্শ! যি কয়: "কাকো ভৰসা নকৰিবা, সকলো প্ৰমাণ কৰি চাবা।" (Don't trust, verify) 🧠 পিছে কোনো কেন্দ্ৰীয় কৰ্তৃপক্ষ নোহোৱাকৈ এইয়া সম্ভৱ কেনেকৈ হ’ব? সম্ভৱ হ’ব কম্পিউটাৰ বিজ্ঞানৰ এটা পুৰণি আৰু জটিল সাঁথৰৰ সমাধান কৰি - যাক কোৱা হয় Byzantine General’s Problem। কাইলৈ লগ পাম 👀 বিষয়: কি এই Byzantine Problem? বুজিম একেবাৰে সহজ ভাষাত! ⚔️🛡️ Translations and voice dubbing credits @PallabJD1 #60DaysOfBTC #bitcoininassamese #btceducation #byzantineproblems
2
18
৭ম খণ্ড: Sats ৰ সৈতে পৰিচয়
Replying to @BhartiyaBitcoin
Day 7/60 – Sats মানে কি? আৰু সম্পূৰ্ণ Bitcoin লোৱাৰ প্ৰয়োজন নাই কিয়! 💰 মানুহে ভাবে Bitcoin বহুত দামী, গতিকে ইয়াক কিনিব নোৱাৰি! 💸❌ কিন্তু সত্যটো হৈছে- আপুনি এটা সম্পূৰ্ণ Bitcoin কিনিব লাগিব বুলি কোনো কথা নাই। টকাৰ সৰু একক যেনেকৈ 'পইচা', ঠিক তেনেদৰে বিটকইনকো সৰু সৰু এককত ভগোৱা হৈছে, যাক Satoshi বা Sats বোলা হয়। 🪙 📊 হিচাপটো বুজি লওক: ⚙️ ১ BTC = ১০ কোটি Sats (যেনে ১ কিলো = ১০০০ গ্ৰাম) 📉 ১ Satoshi = ০.০০০০০০০১ BTC 💰 যদি ১ BTC = ₹৭০ লাখ হয়, তেন্তে ১ Sats-ৰ মূল্য মাথোঁ ০.০৭ টকা (এক পইচাতকৈও কম!) ইয়াৰ সুবিধা কি? = 💸 আপুনি মাত্ৰ ₹১০ বা ₹১০০ টকাৰো Sats কিনিব পাৰিব। 📈 আপোনাৰ হাতত গোটেই বিটকইনটো নাথাকিলেও আপুনি এই নেটৱৰ্কৰ অংশ হ’ব পাৰিব। 🛡️ ইয়াকে কোৱা হয় Stacking Sats - অৰ্থাৎ ধীৰে ধীৰে কম পৰিমাণৰ Sats জমা কৰি যোৱা। গতিকে আগলৈ যেতিয়াই কোনোবাই ক’ব “বিটকইন বহুত দামী”, তেওঁক বুজাই দিয়ক: ভাই, গোটেইটো কিনিব নালাগে, অলপ Sats লোৱা! 😄🍿 কাইলৈ লগ পাম 👀 বিষয়: Bitcoin Address কি, আৰু ই কেনেকৈ কাম কৰে? ✉️🔗 Translations & voice dubbing credits @PallabJD1 #60daysofbtc #bitcoininassamese #btceducation #cryptolearning
1
14