Utpal Datta (@utpal91) header
Utpal Datta (@utpal91) profile picture

National Award-winning film critic, author, and researcher specialising in regional Indian cinema. https://xitter.cf/t.co/Yl5QKm5CfT https://xitter.cf/t.co/jj6JNdgsBm

India
Joined October 2009
Photo by Utpal Datta (@utpal91)Photo by Utpal Datta (@utpal91)Photo by Utpal Datta (@utpal91)Photo by Utpal Datta (@utpal91)Photo by Utpal Datta (@utpal91)Photo by Utpal Datta (@utpal91)Photo by Utpal Datta (@utpal91)Photo by Utpal Datta (@utpal91)Photo by Utpal Datta (@utpal91)Photo by Utpal Datta (@utpal91)
কালি মাৰ জন্মদিনত শুভেচ্ছা জনোৱা প্ৰতিগৰাকীকেই আমাৰ পৰিয়ালৰ তৰফৰ পৰা আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ | কালি তোলা ফটো এখনত মাক মাজত লৈ সোঁফালৰ পৰা মোৰ বাইদেউ নীলিমা, তাৰ কাষত নম্ৰতা, মই, মোৰ ভণ্টী মামনি, তাৰ কাষত ভাইটি ৰাতুল আৰু একেবাৰে শেষত ভণ্টী চন্দনা |
7
94
আজি ভূপেনদাৰ জন্মদিন | তেওঁৰ বিষয়ে লেখা ৰচনা এখনেৰেই জন্মদিনৰ শুভেচ্ছা - shorturl.at/gDEWZ
1
5
71
Assamese translation of Razibul Hossain’s article on Film Criticism, published in Dainik Assam. The photograph features Deepak Dua, Sanjeev Srivastava, Anant Vijay, and Vinod Anupam, all distinguished film critics honoured with the Swarna Kamal (Golden Lotus) for Film Criticism.
4
91
আজি যশস্বী সংগীত শিল্পী তৰালি শৰ্মাই সংগীত আৰু সৃজনীশীলতাৰ বিষয়ে কৈ অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ নতুন ছাত্ৰ-ছাত্ৰী আৰু অধ্যাপকসকলক সম্মোহিত কৰে ৷
5
70
আমাৰ শৈশৱ, কৈশোৰ আৰু যৌৱনৰ দিনবোৰক বিভিন্ন ধৰণে সম্বৃদ্ধ কৰা, মোৰ প্ৰথম কিতাপখন প্ৰকাশ কৰা জাৰ্ণাল এম্পৰিয়ামৰ অৰ্ধ শতিকা পূৰ্ণ হ’ল৷ এই মহা উৎসৱৰ লগত সংগতি ৰাখি বিশিষ্ট লেখক পংকজগোবিন্দ মেধিয়ে ৰচনা কৰিছে ‘জাৰ্ণাল এম্পৰিয়াম’৷ আজি হাতত পৰিছে, পঢ়িবলৈ আৰম্ভ কৰিছোঁ৷
6
157
There are works of cinema that do not merely exist within their time, but quietingly transcend it—standing as monumental, yet understated, milestones in the landscape of Indian film history. Anirban is one such cinematic masterpiece. shorturl.at/RaIpK
1
148
নৃতাচাৰ্য্য যতীন গোস্বামীয়ে আজি ৯৪- ত প্ৰৱেশ কৰিলে | অলপ আগতে তেখেতৰ ঘৰৰ পৰা আহিলো | কেইখনমান ফটো তুলিলো | বেৰত ওলমি থকা ডাঙৰ ফটোখনো ময়েই তোলা |
2
39
নৃত্যাচাৰ্য্য যতীন গোস্বামী দেৱলৈ জন্মদিনৰ শুভকামনা
1
40
🤖 Made with AI
3
186
HARINARAYAN, produced by Assam down town University, was selected for the National Competition section of the Mumbai International Film Festival (MIFF). I have shared my reflections on the experience in Dainik Asam. kamrupa.blogspot.com/2026/07…
1
1
3
146
আজি আকাশবাণী গুৱাহাটীৰ প্ৰতিষ্ঠা দিৱস | আজি এই প্ৰতিষ্ঠা দিৱসৰ শুভক্ষণত কেন্দ্ৰটিৰ লগত জড়িত সকলো কৰ্মী শুভাকাংক্ষীৰ লগত আনন্দৰ মুহূৰ্ত উপভোগ কৰিছোঁ | লগৰ ফটোখন- কেন্দ্ৰটিত কাম কৰি থকা সময়ৰ, কেন্দ্ৰ সঞ্চালক দিলীপ কুমাৰ দাস আৰু সংগীত প্ৰযোজক ৰমেন চৌধুৰী |
2
50
শ্রীলংকাৰ চিত্ৰ পৰিচালিকা চিত্ৰকৰ লেখিকা আৰু টিভি পাৰ্চনেলিটি নাদি | নাদিৰ প্ৰথম ছবি পেন্ট্ৰাম | প্ৰথমে ছবিখন চাইছিলোঁ, বহুদিন ছবিখনক লৈ ভাবিছিলোঁ, এটা সমালোচনা লিখিছিলোঁ | তাৰপিছত নাদিৰ এটা সাক্ষাৎকাৰ গ্ৰহণ কৰিছিলোঁ | নাদিৰ সাক্ষাৎকাৰটো প্ৰকাশ পাইছে The Daily Eye ত |
7
126
ৰমেন দালৈ জন্মদিনৰ অলেখ শুভকামনা | ২০১৭ চনতে তোলা ফটো এখনৰ পৰা আঁকি উলিওৱা এখন ছবি | এই ছবিৰ মূল ফটোখন 'উইকি কমঞ্চ'ত ৰয়েল্টি ফ্রী ফটো হিচাপে দিয়া আছে |
1
2
1
16
351
বহু বছৰৰ বিৰতিৰ মূৰত প্ৰান্তিকত এটা লেখা প্ৰকাশ পালে | কাৰ্যবাহী সম্পাদক ইমৰান হুছেইনক আগ্ৰহৰ কাৰণে ধন্যবাদ জনাইছোঁ |
10
179
এইখন আছিল মই তোলা তেখেতৰ অন্তিমখন ফটো | এই হাঁহি থকা ফটোখন তেখেত জীৱন কালত আনে দেখাতো বিচৰা নাছিল | আজি এই ফটোখনৰেই তেখেতক শ্ৰদ্ধা আৰু মৰমেৰে সোঁৱৰণ কৰিছোঁ |
2
1
1
23
346
The heartthrob of West Bengal has a new obsession! 📷 Aryuun (the star of Ranjan Ghosh’s ADAMYA) has officially joined the journey of DECODING FILMS. Grab your copy on Amazon today! shorturl.at/CSuUE
1
233
KAMRUPA কামৰূপা: খাকীৰ প্ৰসংগত এটা দুটা কথা kamrupa.blogspot.com/2026/02…
33