Prodyut Kumar Deka (@prodyutkdeka) header
Prodyut Kumar Deka (@prodyutkdeka) profile picture

Indian Filmmaker & Author

Assam
Joined June 2010
Photo by Prodyut Kumar Deka (@prodyutkdeka)Photo by Prodyut Kumar Deka (@prodyutkdeka)Photo by Prodyut Kumar Deka (@prodyutkdeka)Photo by Prodyut Kumar Deka (@prodyutkdeka)Photo by Prodyut Kumar Deka (@prodyutkdeka)Photo by Prodyut Kumar Deka (@prodyutkdeka)Photo by Prodyut Kumar Deka (@prodyutkdeka)Photo by Prodyut Kumar Deka (@prodyutkdeka)Photo by Prodyut Kumar Deka (@prodyutkdeka)Photo by Prodyut Kumar Deka (@prodyutkdeka)
যোৱা কালি জিতুদাৰ ঘৰত। ৰজি বৌ আৰু হেমন্তদাৰ সৈতে এক ঘৰুৱা আড্ডাত।
1
26
গুৱাহাটী দূৰদৰ্শনৰ যদি এটা চমু ইতিহাস জানিব বিচাৰে, এইখন কিতাপ পঢ়ি চাব পাৰে। একমাত্র ক্ষুদ্ৰ প্ৰচেষ্টা। কিতাপখন ক্ৰয় কৰাৰ বাবে তলত লিংকটো দিলো। Doordarshanor Dinbor publicationboardassam.com/pr…
4
42
*কাহিনী নহয়* anthology ছবিৰ শেষ খন্ড *পাপ* ৰ আজি ডাবিং সম্পূৰ্ণ হল। এতিয়া ছবিৰ আবহ সংগীতৰ কাম আৰম্ভ হব। – at Guwahati, India
2
24
ৰূপকাৰ কাৰ্য্যলয়ত এটি সুন্দৰ সন্ধিয়া জেষ্ঠ সাংবাদিক জিতুমণি বৰা আৰু বিদ্যুৎ কুমাৰ ভূঞাদাৰ সৈতে॥ @JitumoniBora14
6
201
এইবাৰ জুলাইৰ বিস্ময় সংখ্যাত লিখিছো মেৰিলিন মনৰোৰ জন্মশতবাৰ্ষিকীত এটি শ্ৰদ্ধাঞ্জলি। সম্পাদক গুঞ্জন ফুকনলৈ ধন্যবাদ॥ #বিস্ময় #অসমীয়াআলোচনী #মেৰিলিনমনৰো
5
192
আজি তেওঁৰ মৃত্যু বাৰ্ষিকীত গৌৰৱেৰে জনাইছো যে এই বছৰ ঐক্যতানে পঞ্চাশ বছৰীয়া জয়ন্তীত সৌৰভ কুমাৰ চলিহাৰ অগতানুগতিক আৰু ৰহস্যময় নাটক 'আয়ুৰেখা' পৰিবেশন কৰিছিল। নাটকৰ এটা দৃশ্যত অনুপম অৰিন্দম গোস্বামী, অতনু কাশ্যপ আৰু অমল চক্ৰৱৰ্তী।
3
19
আজি এবছৰ
1
13
157
Celebrating Brinda's (Daughter of Hemanta Debnath) success
2
32
১৫ মাৰ্চৰ পৰা *ৰূপকাৰ* অনলাইন যোগে amazon ত ৰেহাই মূল্যত উপলব্ধ। গ্ৰিষ্ম ৰহস্য সংখ্যাটোত চলচ্চিত্রৰ পৰা ৰহস্য/ভৌতিক গল্প-উপন্যাস-চিত্রনাট্যলৈকে সজাইছে অসমৰ জনপ্ৰিয় প্ৰবীন আৰু নবীন লেখকে। *ৰূপকৰ* ক্ৰয় কৰিবলৈ তলৰ লিংকটোত ক্লিক কৰক। amzn.in/d/01HHe57J
1
25
যোৱা কালি সম্পূৰ্ণ হল নতুন anthological অসমীয়া ছবি *কাহিনী নহয়*ৰ শ্বূটিং। শেষৰ common কামখিনি আমি তিনিও পৰিচালকে (মই, পংকজ কলিতা আৰু ৰজি বৰা) একেলগে কৰিলো।
1
25
ৰঙালী বিহুৰ পূৰ্বে ১৫ মাৰ্চৰ পৰা *ৰূপকাৰ* অনলাইন যোগে amazon ত ৰেহাই মূল্যত উপলব্ধ হব। ১ এপ্ৰিলৰ পৰা দোকানত সকলোৰে বাবে উপলব্ধ হব। আশা কৰো যোৱা বছৰৰ দৰে এইবাৰো ৰূপকাৰখন আপোনালোকে গ্ৰহণ কৰি আলোচনীখন জীয়াই ৰাখিব।
1
23
ধন্যবাদ আমাৰ অসম॥
3
27
ঐক্যতানৰ সোনালী জয়ন্তী বৰ্ষত প্ৰথমটো প্ৰযোজনা: মইনুল হকৰ মুকাভিনয় আৰু সৌৰভ কুমাৰ চলিহাৰ নাটক *আয়ুৰেখা*। সকলোকে আমন্ত্ৰণ জনালো আমাৰ অনুষ্ঠানলৈ। পোষ্টাৰৰ ডিজাইন ধনজিত দাসৰ। – at Batu Ceper, Indonesia
3
25
আপোনালোকক জনাবলৈ পাই অতিকৈ সুখী হৈছো যে দেউতাই প্ৰতিষ্ঠা কৰা সত্তৰ-আশী দশকৰ জনপ্ৰিয় আলোচনী #ৰূপকাৰ আলোচনীৰ সমগ্ৰ কপিবোৰ এতিয়াৰ পৰা online যোগে বিনামূলীয়াকৈ উপলব্ধ হৈছে। ধন্যবাদ জ্যেষ্ঠ সাংবাদিক মৃণাল তালুকদাৰ আৰু নন্দ তালোকদাৰ ফাউন্দেচন। assamarchive.org
2
2
21
389
In 1958, Dharmendra and Assam's own Eva Achao were the winners of Filmfare's inaugural talent hunt competition, standing tall alongside other talented finalists in Mumbai. This iconic competition, sponsored by Filmfare marked the beginning of their journey to stardom.
1
2
5
152
*কাহিনী নহয়* চলচ্চিত্রৰ প্ৰথম খন্ডৰ শ্বূটিং যোৱা কালিৰ পৰা আৰম্ভ কৰিছো।
1
21
কিতাপৰ বৰ্ষত ৰূপকাৰ প্ৰকাশনে প্ৰকাশ কৰি উলিয়াইছে নতুন গ্ৰন্থ *ৰামবিজয়*। মূল পান্ডুলিপিটো কোনে কেতিয়া লিখিছিল তাৰ কোনো উল্লেখ নাই। কিন্তু শ্ৰীৰামৰ এইখনেই একমাত্র সুকীয়া পৌৰাণিক জীৱনী বুলি কয়। এই গ্ৰন্থখন সাজু কৰোতে প্ৰায় দুইবছৰ লাগিছিল। অসমীয়া অনুবাদ কৰিছে পল্লৱী বৰাই।
2
62