হোমষ্টেৰ নামত খাৰুপেটীয়াত চলিছে অনৈতিক কাৰ্যকলাপ! খাৰুপেটীয়াৰ ইণ্ডিয়ান ল'জ এণ্ড হোমষ্টেত ধুলা আৰক্ষীৰ অভিযান। আৰক্ষীৰ অভিযানত আটক কেইবাগৰাকীও যুৱক-যুৱতী।
#asomlive24 #asomlive24digital
অসমবাসীক দিপাৱলীৰ অভিনন্দন জ্ঞাপন বঙাইগাঁও জ্যেষ্ঠ আৰক্ষী অধীক্ষক নোমল মাহাত্তাৰ। পোহৰৰ উৎসৱ দিপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰি প্ৰতিক্ৰিয়া জ্যেষ্ঠ আৰক্ষী অধীক্ষকগৰাকীৰ।
#asomlive24 #axomlive24digital
ছাঁটোৰ দৰে থকা নিজৰ দেহৰক্ষীৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।
#asomlive24 #asomlive24digital
উত্তৰ লখিমপুৰ নগৰৰ শনি মন্দিৰৰ সমীপত ভয়ংকৰ অ**কাণ্ড।
#asomlive24 #asomlive24digital
মাটিৰ চাকিৰ পোহৰেৰে জিলিকিল ঈশ্বৰপুত্ৰ। দিপাৱলীত জুবিন গাৰ্গৰ ন্যায়ৰ দাবীৰে অভয়াপুৰীত ৬০০০ মাটিৰ চাকি প্ৰজ্বলন কৰি প্ৰাণৰ শিল্পীগৰাকীক স্মৰণ অনুৰাগীৰ।
#asomlive24 #asomlive24digital
নিষ্পাপ চৰাইৰ বিননি কোনে শুনিব? দিপাৱলীৰ আনন্দৰ মাজতে মহানগৰীৰ GS ROADত আতচবাজীৰ শব্দত চৰাইৰ হাহাকাৰ অৱস্থা।
#asomlive24 #asomlive24digital
'মামাক আমি বহুত বেছি ভাল পাওঁ। ঘৰত গাখীৰ গৰম কৰি মামাক খাবলৈ দিছো। মামাৰ বাবে আমি সকলো কৰিম'। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক গাখীৰ খুৱাই উৎফুল্লিত ছোৰহাব আলী।
#asomlive24 #asomlive24digital
বৰপেটাৰোডৰ সেউজপুৰ চকৰ পূজা মণ্ডপে দৃষ্টি আকৰ্ষণ কৰিছে ভক্তপ্ৰাণ ৰাইজৰ।
#asomlive24 #asomlive24digital
জুবিন বিহীন খাৰঘূলিৰ ঘৰখন আন্ধাৰ হৈ থাকিবলৈ নিদিলে জুবিন গাৰ্গ ফেন ক্লাৱে । দীপাৱলীৰ পোহৰত উজলিল প্ৰাণৰ শিল্পীগৰাকীৰ খাৰঘূলিৰ ঘৰখন।
#asomlive24 #asomlive24digital
পোহৰৰ দিপাৱলী উপলক্ষে অপূৰ্ব আলোকসজ্জাৰে উজলি উঠিছে ৰামনগৰী অযোধ্যা।
#asomlive24 #asomlive24digital
'চৰকাৰী আঁচনিৰ সকলো সুবিধা লাভ কৰিব মুছলমান জনতাই'। ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
#asomlive24 #asomlive24digital
পুনৰ বিতৰ্কত কংগ্ৰেছ সভাপকি মল্লিকাৰ্জুন খৰ্গে। পোহৰৰ উৎসৱ দিপাৱলীক ঈদ আখ্যা সভাপতিগৰাকীৰ। কংগ্ৰেছ সভাপতিৰ মন্তব্যক লৈ উত্তাল দেশ।
#asomlive24 #asomlive24digital
পোহৰৰ উৎসৱ দীপাৱলীক ঈদ আখ্যা কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খৰ্গেৰ।
#asomlive24 #asomlive24digital
নগাঁৱৰ ৰূপহীত বিজেপিৰ বিজয় উৎসৱৰ মঞ্চতে চুহাব আলীয়ে গাখীৰ খোৱালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। #asomlive24 #asomlive24digital
প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ সন্মুখত ভাৰতীয় বায়ুসেনাৰ বিষয়াই গালে দেশপ্ৰেম মূলক গীত।
#asomlive24 #asomlive24digital
📌দীপাৱলীত বিশেষ ৰূপত পুত্ৰ বিহানৰ সৈতে কেটৰীনা কাঈফ আৰু ভিকি কৌশল
📌অনুৰাগীক জনালে দীপাৱলীৰ শুভেচ্ছা
#asomlive24
#axomlive24digital
লোকভৱনত ৰাজ্যপালক সাক্ষা বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ। লোকভৱনৰ চৌহদত অসমৰ স্থানীয় গছ-গছনিৰে পৰিপূৰ্ণ এখন বাগিছা স্থাপনৰ পৰিকল্পনা বনমন্ত্ৰীগৰাকীৰ।
#asomlive24
#axomlive24digital













