
Columnist, Author, Blogger, E-marketer, Entrepreneur, Daydreamer and founder at @indilensweb , @Indilens : https://xitter.cf/t.co/sQEOlJjkcT
Barpeta Road,Assam,India
Joined February 2012
- Tweets7.5K
- Following5.6K
- Followers7.9K
- Likes1.3K
Manage Pharmacy Business Smarter with INDIMARG PHARMA ERP
Simplify your pharmaceutical business with powerful software for Indian pharma retailers,wholesalers and distributors.
✅ Fast Billing
✅ Batch & Expiry Management
✅ GST Reports
✅ Inventory Control
✅ Business Management
10
IndiMarg Pharma ERP is a centralized pharmacy and medical software solution designed to streamline day-to-day operations for pharmacies and medical businesses indilensweb.in #indimarg #indimargpharmaep
11
স্মৃতি বৰ মধুৰ। সেয়েহে চকু দুটা চলচলীয়া হৈ পৰিছে। যিটো দিন পাৰ হৈ গৈছে ,সেয়া জানো আৰু উভতি আহিব?
আকৌ আহিল ১ ৯ অক্টোবৰ-২১ টা বসন্ত কেনেকৈ পাৰ হৈ গল - উমানেই নাপালোঁ।
পোৱা -নোপোৱা,আশা-ভৰষা ,হর্ষ -বিষাদ,ভালপোৱা-বেয়াপোৱা ,মান-অভিমানৰ সম্পূর্ণ কৃতিত্ব তেখেতলৈ ......সাজিদা খাতুন
🤖 Made with AI
51
David Stevens says-
“A lie is a lie even if everyone believes it. The truth is the truth even if nobody believes it.”
36
যেতিয়া কোনোবা এটা সমাজ ব্যৱস্থাত "মৃতক " জীৱিত সকলৰ ৰাজনীতি কৰাৰ সজুঁলি হৈ যায় তেতিয়া সেই সমাজ ব্যৱস্থাটো আমূল পৰিৱৰ্তনৰ মাজেৰে ধ্বংস হৈ যায় !
13
मोहब्बत से खफा तुम भी, मोहब्बत से खफा हम भी
नहीं तुझमे जफ़ा कुछ भी, नहीं मुझमे जफ़ा कुछ भी
मगर कहते रहे मजबूर से हम इस मोहब्बत में
बड़े हो बेवफ़ा तुम भी , बड़े है बेवफा हम भी
27
Instant Joining , Salary Negotiable for Right candidate
@IndilensWeb
60
নামনি অসমত বিশ্ববিদ্যালয় স্থাপনৰ দাবী বহু যুগৰ পুৰণি-দিছপুৰ,দিল্লী,নাগপুৰলৈ বহু তাঁত-বাটি কাঢ়িলো কিন্তু বিফল হলোঁ।সংখ্যালঘু-দৰদী বুলি পৰিচয় দিয়া-যিকোনো দল/নেতাই এই নিৰ্বাচনত নিজৰ নিজৰ দলীয় ইস্তেহাৰত-নামনি অসমত বিশ্ববিদ্যালয় স্থাপন"কৰিব বুলি প্রতিশ্রুতি দিব বুলি আশা থাকিল।
24
এটাই আফচোচ থাকি গ'ল-
জুবিন গাৰ্গৰ দৰে প্ৰতিভাধৰ ব্যক্তিত্ব বহু দিনৰ মুৰকতহে পৃথিবীলৈ আহে, সেই প্ৰতিভাৰ অপব্যয় বা অপভ্ৰংশ হোৱাত কোনোৱে বাধা নিদিলে ৷
অসুস্থ বেমাৰী দেহাৰে ছিংগাপুৰ ভ্রমণৰ NOC কোনে দিলে আৰু স্কুবা ডাইভিঙৰ অনুমতি কোনে দিলে?
33
Indilens Web Solutions Private Limited is fully functional at
indilens.live
23
এনেই জানিবলৈ ইচ্ছা কাৰণে সুধিলোঁ -
ৱাকফ আইনে আমাৰ দৰে সাধাৰণ ধর্মীয় সংখ্যালঘুৰ কিবা উপকাৰী কাম কৰিছে নে ?
20
জ্ঞাতার্থে ঘোষণা:
ইয়াৰ দ্বাৰা সমূহ গ্ৰাহক তথা সাধাৰণ ৰাইজক জনোৱা যায় যে -
Indilens Web Solutions Private Limited ৰ মাত্র তিনিটা ভেঞ্চাৰ আছে -
18
Chinese AI VS American AI
chatGPT তকৈ DeepSeek ৰ তথ্যবোৰ অধিক নির্ভুল যেন লাগে।
তথাপি UI চাই কবলৈ বাধ্য যে চীনা সকল কপি কৰাত নম্বৰ ১।
chat.deepseek.com/
16
চাৰিদিনীয়া বা পাঁচদিনীয়া দৌলক ডেকাদৌল আৰু তিনিদিনীয়া দৌলক বুঢ়াদৌল বোলা হয়৷ দৌলোত্সৱৰ প্ৰথম দিনটোক "গোন্ধযাত্ৰা" বা বহ্নোৎসৱ বা গন্ধ, দ্বিতীয় দিনটোক "ভৰ দেউল" আৰু তাৰ পাছৰ দিনা "সুঁৱেৰী" বা "ফাঁকুৱা" বোলা হয়।umain30.com/miya/archives/16…
2
38
প্রশ্ন : প্রোপাগান্ডা নেৰেটিভ/ অলংকাৰিক ৰেখাঙ্কন কাক বোলে ?
উত্তৰ : বর্তমান বা ঐতিহাসিক কোনো সমূহীয়া ঘটনাক, একপক্ষীয় ভাবে অতিৰঞ্জিত কৰি বর্ণনাৰ জৰিয়তে জনমত সৃষ্টি কৰিব বিচৰা ছচিয়েল ইঞ্জিনিয়াৰিঙ প্রক্রিয়াকে প্রোপাগান্ডা নেৰেটিভ/ অলংকাৰিক ৰেখাঙ্কন বুলি কোৱা হয়।
26




