দেশী-বিদেশী মঞ্চত চৰ্চা লাভ কৰিছে গুণ মৰাণৰ কবিতাই
কবিতাৰে বিশ্ব জয় কৰা এগৰাকী কবি হৈছে গুণ মৰাণ ৷ ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হোৱা কবিগৰাকীৰ বহু কবিতা প্ৰকাশ পাইছে বিদেশী ভাষাতো ৷ গুজৰাট, কলকাতা, চেন্নাই, উত্তৰ প্ৰদেশৰ লগতে ৰাজ্যৰ...
etvbharat.com