আগন্তুক মিচিং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন ২০২৬ আৰু সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন ২০২৬ ৰ পৰিপ্ৰেক্ষিতত আজি যোৰহাট আৱৰ্ত ভৱনৰ সভাগৃহত জিলা আয়ুক্ত জয় শিৱানী মহোদয়ৰ সভাপতিত্বত ৰেণ্ডমাইজেচন (Randomisation) কাৰ্য সফলতাৰে সম্পন্ন কৰা হয়।
@CMOfficeAssam @diprassam
15
পৰিষ্কাৰ আৰু স্বাস্থ্যকৰ নগৰ গঢ়ি তোলাৰ দিশত আজি যোৰহাট পৌৰসভাই আন এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। পথৰ ধূলি নিয়ন্ত্ৰণ আৰু বায়ুমণ্ডলত থকা ক্ষুদ্ৰ ধূলিকণা হ্ৰাস কৰাৰ উদ্দেশ্যে অতি সূক্ষ্ম জলকণা ছটিয়াব পৰা অত্যাধুনিক 'এণ্টি-ডাষ্ট গান'(Anti-Dust Gun) যন্ত্ৰৰ শুভাৰম্ভ কৰা হয়।
26
পথৰ ধূলি নিয়ন্ত্ৰণ আৰু বায়ুত ওপঙি থকা সূক্ষ্ম কণিকাৰ মাত্ৰা হ্ৰাস কৰাৰ উদ্দেশ্যে পানীৰ সূক্ষ্ম কণা ছটিয়াব পৰাকৈ নিৰ্মিত "এণ্টি-ডাষ্ট গান" (Anti-Dust Gun) ব্যৱহাৰৰ জৰিয়তে যোৰহাট পৌৰসভাই এক পৰিষ্কাৰ আৰু স্বাস্থ্যকৰ নগৰ গঢ়াৰ দিশত আন এক পদক্ষেপ গ্ৰহণ কৰিছে।
তাৰে কিছু দৃশ্যাংশ -
23
আজি নিমাতিঘাটত এছিয়ান উন্নয়ন বেংক (ADB)-ৰ অধীনত জলবায়ু সহনশীল ব্ৰহ্মপুত্ৰ সংহত বান আৰু গৰাখহনীয়া আশংকা ব্যৱস্থাপনা প্ৰকল্প, অসম — যোৰহাট, গোলাঘাট আৰু বিশ্বনাথ উপ-প্ৰকল্প (মণ্ডল-এফ) (যোৰহাট উপ-প্ৰকল্প)-ৰ শুভ উদ্বোধন সম্পন্ন হয়।
@CMOfficeAssam @diprassam @DiproJorhat
1
81
আজি ইংৰাজী ২০ নৱেম্বৰ, ২০২৬ তাৰিখে মৰিয়নি বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক শ্ৰীৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই মৰিয়নি সমষ্টিৰ অন্তৰ্গত শুকানজান পাইপ পানী যোগান আঁচনিখন (PWSS) আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে।
@CMOfficeAssam @diprassam @DiproJorhat
24
সেৱাত্তম আঁচনি (Sevottam Scheme)-ৰ অধীনত CPGRAMS, ARTPS আৰু Public Service Delivery (Sewa Setu) শীৰ্ষক দুদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচী যোৰহাট জিলা আয়ুক্তৰ কাৰ্যালয়ৰ উদ্যোগত আৰু খানাপাৰা, গুৱাহাটীস্থিত অসম প্ৰশাসনিক বিষয়া মহাবিদ্যালয় (AASC)-ৰ সহযোগত অনুষ্ঠিত হৈছে।
@diprassam
19
আগন্তুক মিচিং স্বায়ত্তশাসিত পৰিষদ আৰু সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ সাধাৰণ নিৰ্বাচন ২০২৬-ৰ বাবে ভোটগ্ৰহণকাৰী বিষয়াসকলৰ (প্ৰিজাইডিং আৰু প্ৰথম পোলিং বিষয়া) দ্বিতীয় পৰ্যায়ৰ প্ৰশিক্ষণ কাৰ্যসূচী আজি যোৰহাট জিলা আয়ুক্তৰ কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত সফলতাৰে অনুষ্ঠিত হৈ যায়।
16
আগন্তুক মিচিং স্বায়ত্তশাসিত পৰিষদ নিৰ্বাচন ২০২৬ৰ পৰিপ্ৰেক্ষিতত আজি যোৰহাট জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাগৃহত নিৰ্বাচনী পৰ্যবেক্ষক তথা অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ যুটীয়া সচিব অনুজা ভূঞা (ACS)ৰ অধ্যক্ষতাত নিৰ্বাচনী ব্যয় নিৰীক্ষণ সম্পৰ্কীয় এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়।
1
78
অসমৰ মাননীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী শ্ৰীযুত অশোক সিংহল ডাঙৰীয়াই আজি যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় পৰিদৰ্শন কৰি শেহতীয়াকৈ কাজিৰঙাত সংঘটিত হোৱা শোকাৱহ পথ দুৰ্ঘটনাত আহত হৈ চিকিৎসাধীন হৈ থকা ব্যক্তিসকলৰ স্বাস্থ্যৰ অৱস্থা আৰু চিকিৎসাৰ অগ্ৰগতিৰ বুজ লয়।
2
142
আগন্তুক মিচিং স্বায়ত্তশাসিত পৰিষদ আৰু সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন-২০২৬ ৰ পৰিপ্ৰেক্ষিতত আজি যোৰহাট জিলা আয়ুক্তৰ কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত প্ৰিজাইডিং বিষয়া , প্ৰথম পোলিং, দ্বিতীয় পোলিং আৰু তৃতীয় পোলিং বিষয়াসকলৰ বাবে এক প্ৰশিক্ষণ কাৰ্যসূচী সফলতাৰে সম্পন্ন হয়।
1
66
আগন্তুক ৰাস উৎসৱ, ২০২৬-ৰ প্ৰস্তুতি আৰু নিমাতীঘাটৰ যাত্ৰীবাহী ফেৰী সেৱাৰ সুৰক্ষাজনিত ব্যৱস্থাপনা সন্দৰ্ভত আজি যোৰহাট জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অতিৰিক্ত জিলা আয়ুক্ত চুলতানা আখতাৰা আহমেদ মহোদয়াৰ সভাপতিত্বত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়।
@CMOfficeAssam @diprassam
1
63
ভাৰত চৰকাৰৰ গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ নিৰ্দেশনামৰ্মে ২০২৬ বৰ্ষৰ দ্বিতীয়টো এয়াৰ ৰেইড/ব্লেকআউট মক এক্সাৰচাইজ সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ সন্দৰ্ভত আজি যোৰহাট জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাগৃহত জিলা আয়ুক্ত জয় শিৱানী দেৱৰ সভাপতিত্বত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়।
@CMOfficeAssam
2
98
আগন্তুক মিচিং স্বায়ত্তশাসিত পৰিষদ (MAC) আৰু সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদ (SKAC) নিৰ্বাচন, ২০২৬ ৰ সন্দৰ্ভত জিলা আয়ুক্ত জয় শিৱানী মহোদয়ৰ সভাপতিত্বত আজি যোৰহাট জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাগৃহত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়।
@CMOfficeAssam
@ceoassam62029
@diprassam
1
54
আগন্তুক ৰাস মহোৎসৱৰ প্ৰস্তুতিৰ বুজ ল'বলৈ আজি যোৰহাটৰ মাননীয় জিলা আয়ুক্ত মহোদয়ে নিমাতী ঘাট পৰিদৰ্শন কৰি বিশেষকৈ ফেৰী যাত্ৰীসকলৰ সুবিধাৰ্থে সংযোগী পথ নিৰ্মাণৰ অগ্ৰগতিৰ বুজ লোৱাৰ লগতে যাত্ৰী আৰু তীৰ্থযাত্ৰীসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে SOP মানি চলাৰ সন্দৰ্ভত পৰামৰ্শ আগবঢ়ায়।
4
119
District Commissioner, Jorhat retweeted
Every vote begins with a name on the Electoral Roll. And every eligible citizen deserves to be a part of this democratic journey.
With SSR 2027 underway in Assam, let’s come together to make sure that no eligible voter is left behind.
Because every name represents a voice. 👏
#assamssr2027
District Commissioner, Jorhat retweeted
#SSR2027 is not about starting afresh or creating a new Electoral Roll. It is about building on the existing one through preparatory activities and necessary updates.
Your participation matters in making Assam’s Electoral Roll more comprehensive, accurate and up to date.
Let’s work together to make every entry count!
#assamssr2027
District Commissioner, Jorhat retweeted
18 already? Your voter registration journey starts here! 🎉
#SSR2027 is your chance to get on the Electoral Roll and take your first step towards making your voice count.
Check the qualifying dates, get registered and get ready to make your first vote count!
#assamssr2027






























































