Assamese Culture (@CultureAssamese) header
Assamese Culture (@CultureAssamese) profile picture

আমি অসমীয়া...…... চিৰ যুগমীয়া..... হব পাৰো ধনৰ দুখীয়া...... নহওঁ কেতিয়াও মনৰ দুখীয়া.....

Joined January 2020
Photo by Assamese Culture (@CultureAssamese)Photo by Assamese Culture (@CultureAssamese)Photo by Assamese Culture (@CultureAssamese)Photo by Assamese Culture (@CultureAssamese)Photo by Assamese Culture (@CultureAssamese)Photo by Assamese Culture (@CultureAssamese)Photo by Assamese Culture (@CultureAssamese)Photo by Assamese Culture (@CultureAssamese)Photo by Assamese Culture (@CultureAssamese)Photo by Assamese Culture (@CultureAssamese)
Assamese Culture retweeted
Assam Police Remains committed to ensure Free, Fair & Peaceful Election. @CMOfficeAssam @ECISVEEP @ceoassam62029 @assampolice @HardiSpeaks @DCGoalparaAssam
8
9
169
শ্বহীদ প্ৰণামো তোমাক 🙏 #শ্বহীদদিৱস
14
Assamese Culture retweeted
লুইতৰ কণ্ঠ আজি নীৰৱ। Zubeen da’s tragic passing has left all of us with an emptiness that’s hard to explain. He carried Assam in his voice across the world, gave our homes their rhythm, turned small rooms into stages, long roads into chorus, and hard days into hope. His songs stitched people together, cutting across age, language and region. Assam Police shares the grief of his family, his friends, and the millions who called him their own. শ্ৰদ্ধাঞ্জলি! 🙏🏼🙏🏼🙏🏼
63
286
11
2,866
111,006
নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক, সমাজ সংস্কাৰক, বৃহত্তৰ অসমীয়া জাতি-সাহিত্য-সংস্কৃতিৰ প্ৰাণ প্ৰতিষ্ঠাপক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পুণ্য আবিৰ্ভাৱ তিথিত গুৰুজনালৈ শ্ৰদ্ধাৰে প্ৰণিপাত জনাইছোঁ। 🙏 জয় গুৰু শংকৰ 🙏
1
1
4
77
জ্ঞানৰ আলোকেৰে জীৱন পোহৰাই তোলাৰ সেৱাত ব্ৰতী প্ৰতিগৰাকী শিক্ষকলৈ পবিত্ৰ 'শিক্ষক দিৱস'ৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ।
2
5
74
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ পৱিত্ৰ তিৰোভাব তিথি উপলক্ষে তেৰাৰ পদপংকজত সশ্রদ্ধ প্ৰণিপাত জনালোঁ।গুৰুজনাৰ আদৰ্শ আৰু সংস্কাৰকামী চিন্তাক শিৰত তুলি লৈ আমি সদায় আগবাঢ়ি যাব লাগিব তেতিয়াহে বৃহত্তৰ অসমীয়া জাতিৰ যি মহান গৌৰৱ সেয়া অক্ষুণ্ণ থাকিব। "জয় গুৰু শংকৰ"🙏🏻
1
3
7
109
আজি সতী সাধনী দিৱস। সাহস আৰু ত্যাগৰ প্ৰতীক ৰাণী মাতৃ সতী সাধনী দেৱীলৈ শ শ কোটি প্ৰণাম।
1
5
73
অসমত নৱবৈষ্ণৱ ধৰ্ম প্ৰৱৰ্তনৰ যোগেদি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ভক্তিৰস, ত্যাগ আৰু সৃজনীশীলতাৰ বাণীৰে আমাৰ সমাজ-সংস্কৃতি, জাতীয়-জীৱন আৰু আধ্যাত্মিক ক্ষেত্ৰখনক সমৃদ্ধিশালী কৰি গৈছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আজি ৫৭৫ তম পৱিত্ৰ জন্মোত্সৱত গুৰুজনাৰ শ্ৰীচৰণত ভক্তিভৰা প্ৰণিপাত যাচিলোঁ
3
12
212
Assamese Culture retweeted
Proud moment for @assampolice Our officer @LovlinaBorgohai leads the Indian 🇮🇳 contingent at the Asian Games Hangzhou.
25
105
3
931
36,202
গুৰুজনাৰ অহোপুৰুষাৰ্থ চেষ্টাত জাতি, বৰ্ণ,ভাষা নিৰ্বিশেষে সকলোকে একতাৰ দোলেৰে মেৰিয়াই এক বৃহত্তৰ অসমীয়া জাতি গঠনৰ যি অৱদান আগবঢ়াই গ'ল, সেই আৰ্দশ,অৱদান সকলোৰে মাজত চিৰপ্ৰবাহমান হৈ থাকক। জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৪৫২ তম তিৰোভাৱ তিথিত গুৰুজনালৈ সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ 🙏
1
4
82
ভাৰতৰত্ন ড° ভূপেন হাজৰিকা দেৱক তেখেতৰ ওপজা দিনত শ্ৰদ্ধাৰে স্মৰণ কৰিছো । জন্ম- ০৮ চেপ্টেম্বৰ, ১৯২৬ (শদিয়া) মৃত্যু- ০৫ নবেম্বৰ, ২০১১ (মুম্বাই)।
3
2
9
210
আজি সন্ধিয়া ৬.০৪ বজাত চন্দ্ৰৰ বুকুত অৱতৰণ হ'ব চন্দ্রযান-৩, কাউণ্ট ডাউন আৰম্ভ। ঐতিহাসিক ক্ষণৰ সাক্ষী হৈ ৰ'ব ভাৰতবাসীৰ লগতে বিশ্ববাসী, আজি চন্দ্ৰৰ বুকুত উপস্থিত হ'ব চন্দ্রযান-৩__ #Chandrayaan3Landing #ISROMissions #proudmomentofIndia #IndiaOnTheMoon #indianspacemission
7
16
498
❤️ 🇮🇳সমূহ ভাৰত বাসীলৈ ৭৭ সংখ্যক স্বাধীনতা দিৱসৰ শুভেচ্ছা জনালো🇮🇳❤️ #HappyIndependenceDayIndia #15august2023 #IndependenceDay2023 #77thindependanceday
2
5
92
স্বভিমান, ত্যাগ, ধৈর্য, সাহস আৰু বীৰত্ব তথা সমাজ জীৱনৰ নাৰীৰ যি গৌৰৱৰ প্ৰতীক সতী সাধনীৰ আজি পবিত্র মৃত্যু তিথিত তেখেতক শ্ৰদ্ধাৰে স্মৰণ কৰিছো। #satisadhinidiwas
5
16
528
সৌৰ্য আৰু অদম্য সাহসৰ প্ৰতীক বীৰ চিলাৰায় নামেৰে পৰিচিত মহান বীৰ শুক্লধ্বজে নিজৰে বুদ্ধিমত্তা আৰু সাহসেৰে কোঁচ সাম্ৰাজ্যক এক বৃহৎ শক্তিত পৰিণত কৰিছিল। কোঁচ সাম্ৰাজ্যৰ মহান বীৰ যোদ্ধা চিলাৰায়ক পবিত্ৰ জন্ম জয়ন্তীত শ্ৰদ্ধাৰে সুঁৱৰিছোঁ। #veersilaray
5
10
180
অসমীয়া চলচ্চিত্ৰৰ পিতৃপুৰুষ "সুন্দৰৰ পূজাৰী" ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱলৈ 'শিল্পী দিৱস'ত সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। অসমীয়া সাহিত্য, সংস্কৃতি তথা সমাজ জীৱনৰ প্ৰতি তেখেতৰ অৱদান চিৰ স্মৰণীয় হৈ ৰব। #SilpiDivas
3
11
104
বৰ অসমৰ খনিকৰ তথা বৃহত্তৰ অসমীয়াক একত্ৰিত কৰি ৰখা স্বৰ্গদেউ চাওলুং ছ্যুকাফালৈ অসম দিৱসত গভীৰ শ্ৰদ্ধাঞ্জলি যাঁচিছো। #AsomDiwas #swargadeoChaolungSukapha
2
11
হে মহান বীৰ লাচিত আপোনাৰ এই 800 বছৰীয়া জন্ম জয়ন্তীত আপোনাৰ চৰণত সহস্ৰ প্ৰনাম যাঁচিছো 🙏। #MahabirLachitBarphukan #400YearsofLachitBarphukan #LachitDiwas
8
26
বিশিষ্ট অভিনেতা নিপন গোস্বামীৰ বিয়োগত গোটেই অসম বাসী মৰ্মাহত হোৱাৰ উপৰিও শিল্পী সমাজৰ বাবে ই এক অপূৰণীয় ক্ষতি। অসমীয়া চলচ্চিত্ৰ জগতত তেখেতৰ এক বৃহত অৱদান আছে। তেখেতৰ বিদেহী আত্মাৰ চিৰ শান্তি কামনা কৰিলো। ঔমঃ শান্তি।।... 🕉
1
5
11
তুলসীৰ তলে তলে মৃগ পহু চৰে, তাকে দেখি ৰামচন্দ্ৰই হৰধনূ ধৰে। সমূহ অসমবাসীক বাপোতিসাহোন কাতি বিহুৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলো 🙏🏼 #katibihu #kongalibihu
6
12