TIME8 News (@TIME8News) header
TIME8 News (@TIME8News) profile picture

Real Stories. Real Impact. Real-Time News. Everything happening in Assam, straight to your feed. Follow @TIME8News for the latest updates!

Guwahati
Joined November 2023
১৩ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আজিৰে পৰা নলবাৰী হৰিমন্দিৰত আৰম্ভ ৯৩ সংখ্যক নলবাৰী ৰাস মহোৎসৱ। সাংস্কৃতিক শোভাযাত্ৰাৰে মুখৰিত হ’ল নলবাৰী চহৰ। পদ্মভূষণ বঁটাপ্ৰাপক নৃত্যাচাৰ্য যতীন গোস্বামীয়ে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ৰাস মহোৎসৱ। #RaasPurnima2026 #AssamRaasFestival #NalbariRaas
76
অপৰাধীৰ বিৰুদ্ধে আৰক্ষী-প্ৰশাসনে গ্ৰহণ কৰা কঠোৰ ব্যৱস্থা সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। #HimantaBiswaSarma #AssamNews
1
76
কাজিৰঙাৰ পথ দুৰ্ঘটনাত নিহতৰ পৰিয়ালক ৭ লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদান মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।দুৰ্ভগীয়া পৰিয়ালকেইটাক অৰুণোদয় আঁচনিকে ধৰি সকলো প্ৰকাৰে সহায়ৰ আশ্বাস মুখ্যমন্ত্ৰীৰ... #HimantaBiswaSarma #AssamNews
66
WHATSAPP WEB ব্যৱহাৰ কৰাসকল সাৱধান! যিকোনো মুহূৰ্তত চাইবাৰ চক্ৰৰ পাকত পৰিব পাৰে আপুনিও! #CyberCrime #WhatsappUsers
15
এনেদৰেই লণ্ডনৰ মিউজিয়ামত ৰখা হ'ব প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মূৰ্তি... #ZubeenGarg #JusticeForZubeenGarg #MadameTussaudsLondon #ZubinGargStatue
9
শীঘ্ৰেই অসম আৰক্ষীত নতুন বেটেলিয়নৰ বাবে প্ৰকাশ পাব বিজ্ঞাপন #AssamNews #AssamPolice #HimantaBiswaSarma
6
১ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব অসম আৰক্ষীত কনিষ্টবল নিযুক্তিৰ পৰীক্ষা। মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা #AssamPoliceRecruitment #AssamNews
5
📷কোকৰাঝাৰত দুই IPS বিষয়াৰ মাজত প্ৰচণ্ড হতাহতি 📷নৈশ পাৰ্টীৰ মাজতে মত-বিবাদে ল'লে ভয়ংকৰ ৰূপ 📷SP অক্ষত গাৰ্গ আৰু DIG ৱাই টি গেটছুৰ মাজত কাজিয়া #AssamNews
9
📷২৬ নৱেম্বৰৰ পৰা অনিৰ্দষ্টকাললৈ বন্ধ থাকিব বাণিজ্যিক বাহনৰ চলাচল #AssamNews
5
অহা ৫ বছৰত অসম আৰক্ষীত হব ২০ হাজাৰ নতুন নিযুক্ত। ঘোষণা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ #HimantaBiswaSarma #AssamPoliceRecruitment
6
কাজিৰঙাৰ ভয়ংকৰ দুৰ্ঘটনাত শোকাৱহ ঘটনা সংঘটিত হোৱা আৰক্ষী জোৱান সুশীল ভূমিজৰ পৰিয়ালক সাক্ষাৎ কৰি ৭লাখ টকাৰ চেক প্ৰদান মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ #HimantaBiswaSarma #AssamNews
8
নুমলীগড় শোধনাগাৰ লিমিটেডৰ অভিযন্তা আৰু কৰ্মশক্তিৰ আধাৰ দক্ষ যুৱশক্তিৰ সৈতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা #HimantaBiswaSarma #NumaligarhRifinery
5
আজি পৱিত্ৰ ৰাস পূৰ্ণিমা, আকাশত দেখিবলৈ পোৱা গৈছে পূৰ্ণ চন্দ্ৰ #RaasPurnima2026 #RaasFestivalAssam #AssamNews
6
আৰক্ষীলৈ কঠোৰ বাৰ্তা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ #HimantaBiswaSarma #AssamPolice #AssamNews
4
📷UAEৰ বিৰুদ্ধে ভাৰতৰ দুৰ্দান্ত জয় 📷বৈভৱ সূৰ্যবংশীৰ বেটিং বিক্ৰমত দিশহাৰা UAE #vaibhavsuryavanshi #VaibhavSooryavanshiDoubleCentrury
18
-নেপালৰ আকস্মিক বানত শোকাৱহ ঘটনা সংঘটিত হোৱাক লৈ সমবেদনা জ্ঞাপন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ #narendramodi
10
-নতুন দিল্লীত উদ্বোধন হ'ল অসম ভৱন। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰিলে অসম ভৱন। #himantabiswasarma
11
-নেপালৰ উন্নয়নৰ বাবে ভাৰতৰ বৃহৎ পদক্ষেপ। ২৪ হাজাৰ কোটি নেপালী টকাৰ বিশেষ পেকেজ ঘোষণা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। #modi
10
-৮ কোটি টকাৰে নতুন ৰূপ পালে পাভৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ে। ১৯৭০ চনতে স্থাপিত বিশ্বনাথৰ পাভৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱনিৰ্মিত গৃহৰ শুভ উদ্বোধন। উদ্বোধন কৰে বিশ্বনাথৰ বিধায়ক পল্লৱলোচন দাসে। #assam
4
-"জুবিন গাৰ্গৰ ঘটনাৰ পিছতে গৰিমা গাৰ্গলৈ চৰকাৰৰ মাহিলী সহায়ৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছিল" -"কিন্তু সেই সময়ত গৰিমাই চৰকাৰে ৰাজ্যৰ স্বাৰ্থত কাম কৰাটোহে বিচাৰিছিল" - মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। #himantabiswasarma
6