DNN24 Assam (@Dnn24Assam) header
DNN24 Assam (@Dnn24Assam) profile picture

ভাৰত আৰু ইয়াৰ ঐক্যৰ ধাৰণাটোক দেশখনত সিঁচৰতি হৈ থকা কাহিনীৰ মাধ্যমেৰে আৱিষ্কাৰ কৰাৰ প্ৰয়াস, 'কহানীয়া হিন্দুস্তান কি '। Follow @DNN24Network, @Dnn24Urdu

Assam
Joined February 2023
Photo by DNN24 Assam (@Dnn24Assam)Photo by DNN24 Assam (@Dnn24Assam)Photo by DNN24 Assam (@Dnn24Assam)Photo by DNN24 Assam (@Dnn24Assam)Photo by DNN24 Assam (@Dnn24Assam)Photo by DNN24 Assam (@Dnn24Assam)Photo by DNN24 Assam (@Dnn24Assam)Photo by DNN24 Assam (@Dnn24Assam)Photo by DNN24 Assam (@Dnn24Assam)Photo by DNN24 Assam (@Dnn24Assam)
এক সুৰ, যিয়ে হৃদয়ক স্পৰ্শ কৰে; এক পৰম্পৰা, যিয়ে মানুহক একত্ৰিত কৰে! শতিকাজুৰি বংগৰ বাউল গায়কসকলে এনে এক দৰ্শন জীয়াই ৰাখিছে, যিয়ে কুসংস্কাৰতকৈ দয়াক আৰু সামাজিক বিভেদতকৈ মানৱীয় সম্পৰ্কক ওপৰত স্থান দিয়ে। #BaulsOfBengal #BaulMusic #IndianFolkMusic #DNN24Assam
1
8
এজন লাজকুৰীয়া স্কুলীয়া ল’ৰাৰ পৰা সমগ্ৰ দেশত স্বীকৃতিপ্ৰাপ্ত শিল্পীলৈ — সোলাপুৰৰ জায়েদ হাছানে প্ৰমাণ কৰিছে যে কণ্ঠ আৰু আত্মবিশ্বাসেৰে যিকোনো মঞ্চ জয় কৰিব পাৰি। #DNN24Assam #ZaidHassan #জায়েদহাছান #সোলাপুৰ #ভইচঅভাৰ #অভিনয়
6
মহাত্মা জ্যোতিৰাও ফুলেৰ ১৩৬তম মৃত্যু বাৰ্ষিকীত আমি সেই ব্যক্তিজনক স্মৰণ কৰিছোঁ, যি বিশ্বাস কৰিছিল যে শিক্ষাই সমাজৰ অসমতাৰ শিকলি ভাঙিব পাৰে। #DNN24Assam #জ্যোতিৰাওফুলে #সাবিত্ৰীবাইফুলে #শিক্ষা #সমতা
3
১০ জনীয়া দলৰ সৈতে ঊলৰ চুৱেটাৰ, মোজা আৰু টুপীৰ বিপণন কৰি আছে শাহাৰ বানোৱে সৌজন্য: @awaz_thevoice #ShaharBano #Kargil #LadakhHandicrafts #WomenEntrepreneurs #DNN24Assam
3